பொருள் : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
எடுத்துக்காட்டு :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
பொருள் : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
எடுத்துக்காட்டு :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
ஒத்த சொற்கள் : প্রৱেশ পথ, প্রৱেশদ্বাৰ
பொருள் : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
எடுத்துக்காட்டு :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
ஒத்த சொற்கள் : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ