பொருள் : পৰম্পৰাবাদক মানি চলা ব্যক্তি
எடுத்துக்காட்டு :
পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
பொருள் : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
எடுத்துக்காட்டு :
চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
ஒத்த சொற்கள் : ৰুঢ়ীবাদী
பொருள் : পৰম্পৰাবাদক মানি চলা
எடுத்துக்காட்டு :
মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ