பொருள் : দুখ, কষ্ট আদি ওলাই অহা
எடுத்துக்காட்டு :
তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল
பொருள் : বেমাৰ হৈ বিছনাত পৰি থকা
எடுத்துக்காட்டு :
ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে
பொருள் : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা
எடுத்துக்காட்டு :
ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে
பொருள் : উৎপন্ন হোৱা
எடுத்துக்காட்டு :
আজি গাখীৰৰ ওপৰত মলাই পৰিল
பொருள் : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা
எடுத்துக்காட்டு :
এই গাড়ীখনত কিমান দাম পৰিল
பொருள் : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???
எடுத்துக்காட்டு :
তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল
ஒத்த சொற்கள் : (বাগৰি পৰা, লুটি খাই পৰা)
பொருள் : প্রবিষ্ট হোৱা
எடுத்துக்காட்டு :
ঘিউখিনিত চৰাইটো পৰিল
பொருள் : মাজত আহি যোৱা কার্য
எடுத்துக்காட்டு :
এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা
பொருள் : অভ্যাসত পৰিণত হোৱা এক অৱস্থা
எடுத்துக்காட்டு :
তেওঁৰ মদ ্খোৱাৰ গতত পৰিল
பொருள் : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা
எடுத்துக்காட்டு :
গছৰ তলত বহুত গুটি পৰি আছে
பொருள் : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা
எடுத்துக்காட்டு :
তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে
ஒத்த சொற்கள் : পৰি থকা