உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
எடுத்துக்காட்டு : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
ஒத்த சொற்கள் : বাহুবল, শাৰীৰিক শক্তি
பொருள் : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
எடுத்துக்காட்டு : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
ஒத்த சொற்கள் : জোৰ, তেজ, বল, শকতি, শক্তি
பொருள் : বীৰ হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত
ஒத்த சொற்கள் : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ
நிறுவு