உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
எடுத்துக்காட்டு : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
ஒத்த சொற்கள் : দিহা-পৰামর্শ
பொருள் : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
எடுத்துக்காட்டு : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
ஒத்த சொற்கள் : মতামত, মন্তব্য, ্ৰায়
நிறுவு