உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য
எடுத்துக்காட்டு : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে
ஒத்த சொற்கள் : এৰা, ত্যাগ
பொருள் : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য
எடுத்துக்காட்டு : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে
ஒத்த சொற்கள் : পৰি্বর্জন, পৰি্বর্জ্জন
பொருள் : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য
எடுத்துக்காட்டு : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল
ஒத்த சொற்கள் : উৎসর্গ, এৰা, ত্যাগ
நிறுவு