பொருள் : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
எடுத்துக்காட்டு :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
ஒத்த சொற்கள் : কক্ষ
பொருள் : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
எடுத்துக்காட்டு :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
ஒத்த சொற்கள் : মণ্ডল
பொருள் : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
எடுத்துக்காட்டு :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
ஒத்த சொற்கள் : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা