பொருள் : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
எடுத்துக்காட்டு :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
ஒத்த சொற்கள் : আটোমটোকাৰি, চিজিল
பொருள் : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
எடுத்துக்காட்டு :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
ஒத்த சொற்கள் : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত