பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து পৰীক্ষা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

পৰীক্ষা   বিশেষ্য

பொருள் : কাৰোবাৰ যোগ্যতা বা জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে তেওঁক প্রশ্ন ্ সোধা কার্য, ্ যাৰ ভিত্তিত ্ তেওঁক উত্তী্র্ণ ্ বা অনুত্তী্র্ণ ্ কৰা হয়

எடுத்துக்காட்டு : ৰামে মেট্রিক পৰীক্ষা পাছ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে

பொருள் : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

எடுத்துக்காட்டு : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

ஒத்த சொற்கள் : বিচাৰ

பொருள் : শৰীৰত কোনো ৰোগ আছে নে নাই বা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা-চিতা কৰা ক্রিয়া

எடுத்துக்காட்டு : এই ৰোগীজনৰ পৰীক্ষা এজন বহুত ডাঙৰ ডাক্তৰৰ দ্বাৰা কৰিবলগীয়া আছে

பொருள் : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে শৰীৰৰ অংগ-প্রত্যঙ্গৰ পৰীক্ষা কৰা কার্য

எடுத்துக்காட்டு : মই নিজৰ তেজ পৰীক্ষা কৰিবলগীয়া আছে

பொருள் : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

எடுத்துக்காட்டு : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

ஒத்த சொற்கள் : নিৰূপণ, পৰখ, পৰীক্ষণ, পৰীক্ষা-নিৰীক্ষা