பொருள் : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
எடுத்துக்காட்டு :
সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
ஒத்த சொற்கள் : অপ্রত্যক্ষ
பொருள் : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
எடுத்துக்காட்டு :
ঈশ্বৰ ইন্দ্রিয়াতীত
ஒத்த சொற்கள் : অতিন্দ্রিয়, অপ্রত্যক্ষ, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত