பொருள் : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
எடுத்துக்காட்டு :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
ஒத்த சொற்கள் : প্রপত্র
பொருள் : ভাল কৰিব পৰা যোগ্যতা
எடுத்துக்காட்டு :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
பொருள் : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
எடுத்துக்காட்டு :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
ஒத்த சொற்கள் : প্রকাৰ