உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পৰীক্ষার্থীয়ে পৰীক্ষাত উত্তী্র্ণ ্বা অনুত্তী্র্ণ ্হোৱা বিষয়ে জানিব পৰা পৰিণতি
எடுத்துக்காட்டு : এই বছৰ পৰীক্ষাৰ ফলাফল বহুত ভাল হৈছে
ஒத்த சொற்கள் : পৰীক্ষাৰ ফলাফল, ৰিজাল্ট
பொருள் : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
எடுத்துக்காட்டு : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
ஒத்த சொற்கள் : প্রতিফল, পৰিণতি, পৰিণাম, ফল, ফলশ্রুতি, সুফল
நிறுவு