பொருள் : ছেদ কৰা কার্য
எடுத்துக்காட்டு :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
ஒத்த சொற்கள் : ছেদন
பொருள் : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
எடுத்துக்காட்டு :
এই ঢোলকটো ফুটি থাকিল
ஒத்த சொற்கள் : ফুটি থকা
பொருள் : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
எடுத்துக்காட்டு :
কলহটো ফুটিল
ஒத்த சொற்கள் : ভগ্ন হোৱা
பொருள் : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
எடுத்துக்காட்டு :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব