பொருள் : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
எடுத்துக்காட்டு :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
ஒத்த சொற்கள் : ফুলাই তোলা
பொருள் : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
எடுத்துக்காட்டு :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
ஒத்த சொற்கள் : পৰিস্ফূট কৰা
பொருள் : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
எடுத்துக்காட்டு :
লʼৰাটোৱে বেলুন ফুলায় আছে