பொருள் : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
எடுத்துக்காட்டு :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
ஒத்த சொற்கள் : অভিযোগকাৰী, গুচৰীয়া
பொருள் : অভিযোগ লগোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
ஒத்த சொற்கள் : গুচৰীয়া
பொருள் : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
எடுத்துக்காட்டு :
দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
ஒத்த சொற்கள் : গুচৰীয়া
பொருள் : প্রার্থ্্না বা আবেদন কৰোঁতা
எடுத்துக்காட்டு :
আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব
ஒத்த சொற்கள் : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা