உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিজন ব্যক্তিৰ বৰণ বগা
எடுத்துக்காட்டு : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
பொருள் : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
எடுத்துக்காட்டு : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
ஒத்த சொற்கள் : শুকুলা, শুক্ল, শ্বেত
பொருள் : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
எடுத்துக்காட்டு : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
ஒத்த சொற்கள் : চূণ, চূণ-শিল
பொருள் : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
எடுத்துக்காட்டு : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
ஒத்த சொற்கள் : চাদা
பொருள் : চফা ৰঙৰ বা শ্বেত বর্ণৰ
எடுத்துக்காட்டு : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
ஒத்த சொற்கள் : শ্বেত, শ্বেতাংগ
நிறுவு