உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কথোপকথন, ডায়লগ, সংলাপ
பொருள் : কোৱা কথা
எடுத்துக்காட்டு : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
ஒத்த சொற்கள் : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
பொருள் : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
எடுத்துக்காட்டு : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
ஒத்த சொற்கள் : কথা, জবান
பொருள் : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
எடுத்துக்காட்டு : আনৰ ভাল লগা কথাহে কোৱা উচিত
ஒத்த சொற்கள் : কথা, বাণী
பொருள் : কিবা কোৱা কার্য
எடுத்துக்காட்டு : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
ஒத்த சொற்கள் : কথন, কথা, বাক, বাচ্য
நிறுவு