பொருள் : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য
எடுத்துக்காட்டு :
তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে
ஒத்த சொற்கள் : আহাৰ যোগান
பொருள் : গণনা বা জোখ-মাপত অধিক হোৱা
எடுத்துக்காட்டு :
দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব
ஒத்த சொற்கள் : অধিক হোৱা
பொருள் : থালী বা পাতত আহাৰ দিয়া কার্য
எடுத்துக்காட்டு :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
ஒத்த சொற்கள் : পৰিৱেশন কৰা, বিলোৱা
பொருள் : বর্ধন ্ কার্য
எடுத்துக்காட்டு :
বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে
ஒத்த சொற்கள் : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা
பொருள் : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা
எடுத்துக்காட்டு :
উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে