பொருள் : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
எடுத்துக்காட்டு :
এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
பொருள் : যিজনে শুনা নাপায়
எடுத்துக்காட்டு :
প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
ஒத்த சொற்கள் : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত