உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য
எடுத்துக்காட்டு : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল
ஒத்த சொற்கள் : হৰতাল
பொருள் : আৱদ্ধ হৈ থকা
எடுத்துக்காட்டு : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
ஒத்த சொற்கள் : আৱদ্ধ
பொருள் : যিটো প্রবাহিত নহয়
எடுத்துக்காட்டு : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়
ஒத்த சொற்கள் : অপ্রবাহিত, অপ্রৱাহিত
பொருள் : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি
எடுத்துக்காட்டு : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে
பொருள் : ৰৈ থকা
எடுத்துக்காட்டு : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
ஒத்த சொற்கள் : গতিহীন
பொருள் : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়
எடுத்துக்காட்டு : সৌ বন্ধ নলাটো চাফা কৰি আছে
ஒத்த சொற்கள் : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ
நிறுவு