பொருள் : প্রথা বন্ধ কৰা কার্য
எடுத்துக்காட்டு :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
ஒத்த சொற்கள் : উঠাই দিয়া, নিষিদ্ধ কৰা
பொருள் : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
எடுத்துக்காட்டு :
তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
பொருள் : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
எடுத்துக்காட்டு :
ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
ஒத்த சொற்கள் : জপোৱা
பொருள் : দুৱাৰ আদি বন্ধ কৰা কার্য
எடுத்துக்காட்டு :
তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে
ஒத்த சொற்கள் : জপাই দিয়া
பொருள் : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
எடுத்துக்காட்டு :
ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
ஒத்த சொற்கள் : ৰুধা
பொருள் : ভাট্টা আদি নিদিয়া
எடுத்துக்காட்டு :
চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে