பொருள் : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
எடுத்துக்காட்டு :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
ஒத்த சொற்கள் : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
பொருள் : ৰোধ বা ৰৈ যোৱা
எடுத்துக்காட்டு :
পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
ஒத்த சொற்கள் : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা