பொருள் : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
எடுத்துக்காட்டு :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
ஒத்த சொற்கள் : কেঁচুৱাশিশু, পেন্দুকণা, বালক
பொருள் : কম বয়সীয়া লʼৰা বা ছোৱালী
எடுத்துக்காட்டு :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
ஒத்த சொற்கள் : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী