பொருள் : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
எடுத்துக்காட்டு :
বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
ஒத்த சொற்கள் : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
பொருள் : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
எடுத்துக்காட்டு :
তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
ஒத்த சொற்கள் : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান