உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
எடுத்துக்காட்டு : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
ஒத்த சொற்கள் : কায়দা, নিয়ম, সিদ্ধান্ত
பொருள் : ঋষি আদিৰ মান্য উপদেশ
எடுத்துக்காட்டு : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
ஒத்த சொற்கள் : মত, সিদ্ধান্ত
பொருள் : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
எடுத்துக்காட்டு : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
ஒத்த சொற்கள் : মত, মতবাদ, সিদ্ধান্ত
நிறுவு