பொருள் : কোনো কথাত লগা বাদানুবাদ
எடுத்துக்காட்டு :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
ஒத்த சொற்கள் : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
பொருள் : অনাহকত কৰা তর্ক ্বা বিবাদ
எடுத்துக்காட்டு :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
ஒத்த சொற்கள் : বাক-বিতণ্ডা, বিতণ্ডা