பொருள் : বাধা উৎপন্ন কৰা ব্যক্তি
எடுத்துக்காட்டு :
বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
பொருள் : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
எடுத்துக்காட்டு :
শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
ஒத்த சொற்கள் : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী