பொருள் : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
எடுத்துக்காட்டு :
বালীক ভগৱান ৰামে মাৰিছিল
பொருள் : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
எடுத்துக்காட்டு :
বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
ஒத்த சொற்கள் : বালী দ্বীপ
பொருள் : বালী দ্বীপৰ লোকৰ ভাষা
எடுத்துக்காட்டு :
তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
ஒத்த சொற்கள் : বালী ভাষা
பொருள் : যি লিপিত বালী ভাষা লিখা হয়
எடுத்துக்காட்டு :
বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
ஒத்த சொற்கள் : বালী লিপি