உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
எடுத்துக்காட்டு : সোমবাৰ সপ্তাহৰ প্রথম দিন
ஒத்த சொற்கள் : অহ্ন, দিন, দিৱস, বাসৰ
பொருள் : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ
எடுத்துக்காட்டு : এতিয়া ৰামৰ পাল
ஒத்த சொற்கள் : নম্বৰ, পাল
பொருள் : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
எடுத்துக்காட்டு : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ஒத்த சொற்கள் : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ
பொருள் : মদ কিনিলৈ খোৱা ঠাই
எடுத்துக்காட்டு : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়
ஒத்த சொற்கள் : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়
பொருள் : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
எடுத்துக்காட்டு : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
ஒத்த சொற்கள் : দফা
பொருள் : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি
எடுத்துக்காட்டு : এই ছবিখনৰ ফ্রেম লগাই দিয়ক
ஒத்த சொற்கள் : ফ্রেম, বৃতি
பொருள் : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা
எடுத்துக்காட்டு : ছয় আৰু ছয় মিলি বাৰ হয়
ஒத்த சொற்கள் : দ্বাদশ, ১২
பொருள் : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
எடுத்துக்காட்டு : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
ஒத்த சொற்கள் : কিস্তি, খেপ, দফা
பொருள் : দহ আৰি দুই
எடுத்துக்காட்டு : নাৱত বাৰজন লোক উঠি আছিল
நிறுவு