உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা
எடுத்துக்காட்டு : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে
ஒத்த சொற்கள் : দণ্ড, বাড়ি, মাৰি, লাঠী
பொருள் : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
எடுத்துக்காட்டு : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
ஒத்த சொற்கள் : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল
பொருள் : মোটা আকাৰৰ ডাঙৰ মাৰি
எடுத்துக்காட்டு : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
ஒத்த சொற்கள் : দণ্ড, লাঠি
நிறுவு