உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
எடுத்துக்காட்டு : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
ஒத்த சொற்கள் : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
பொருள் : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
எடுத்துக்காட்டு : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
பொருள் : বঢ়া বা বঢ়োৱা কার্য
எடுத்துக்காட்டு : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
ஒத்த சொற்கள் : বৃদ্ধি, সংবর্ধন, ্বর্ধন
நிறுவு