பொருள் : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ
எடுத்துக்காட்டு :
ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল
ஒத்த சொற்கள் : পৰীক্ষা
பொருள் : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
எடுத்துக்காட்டு :
আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
ஒத்த சொற்கள் : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন
பொருள் : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য
எடுத்துக்காட்டு :
এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব
ஒத்த சொற்கள் : অনুসন্ধান, সম্পৰীক্ষা