பொருள் : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম
எடுத்துக்காட்டு :
তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে
ஒத்த சொற்கள் : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য
பொருள் : আশাকৰা কোনো কথা আৰু বাস্তৱত ঘটা কোনো ঘটনাৰ মাজত হোৱা বিসংগতি
எடுத்துக்காட்டு :
এইটো কালৰ কি বিড়ম্বনা যে কালিৰ লাখপতিয়ে আজি পথত ভিক্ষা মাগী আছে
ஒத்த சொற்கள் : বঞ্চনা