பொருள் : যি বিদ্রোহ কৰে
எடுத்துக்காட்டு :
পুলিচৰ সৈতে হোৱা সংঘর্ষত ্চাৰিটা বিদ্রোহী মৰিল
பொருள் : যি কাৰোবাৰ বিৰুদ্ধে বিদ্রোহ কৰে
எடுத்துக்காட்டு :
বিদ্রোহী ব্যক্তিসকলে মন্ত্রীৰ আবাসত জুই লগাই দিলে
பொருள் : বিদ্রোহ কৰোঁতা বা হানি কৰোঁতা
எடுத்துக்காட்டு :
বিদ্রোহী ব্যক্তিসকলেই দেশখনক বিপদত পেলাইছে
பொருள் : বিদ্রোহৰ বা বিদ্রোহ সম্বন্ধী
எடுத்துக்காட்டு :
তেওঁ বিদ্রোহী ভাৱধাৰাক ঠন ধৰিবলৈ দি নিবিচাৰে বিদ্রোহী নেতাই ৰাষ্ট্র ব্যৱস্থাকে ওলোটাই দিলে