பொருள் : প্রতিকূল হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
প্রতিকূলতাই যিকোনো কামকে জটিল কৰি তোলে
ஒத்த சொற்கள் : প্রতিকূলতা, প্রতিকূলাচৰণ, প্রতিপক্ষতা
பொருள் : উচিত-অনুচিত বিচাৰ নকৰি কোনো এক পক্ষৰ প্রতি দেখুওৱা সহানুভূতি আৰু সেই পক্ষক ্ সমর্থন ্ কৰা কার্য ্ বা ভাৱ
எடுத்துக்காட்டு :
আমি পক্ষপাতিতাৰ উর্ধত গৈ সকলোৰে কল্যাণৰ কাৰণে কাম কৰা উচিত
ஒத்த சொற்கள் : অনিৰপেক্ষতা, একদেশদর্শিতা, পক্ষপাত, পক্ষপাতিতা, পক্ষপাতিত্ব, পক্ষানুৰাগ, পক্ষাৱলম্বন, সপক্ষতা