பொருள் : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
எடுத்துக்காட்டு :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
ஒத்த சொற்கள் : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, ভূষিত, সজ্জিত
பொருள் : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
எடுத்துக்காட்டு :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
ஒத்த சொற்கள் : অলংকৃত