பொருள் : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
எடுத்துக்காட்டு :
সকলো চাকৰেই বিশ্বাসী নহয়
ஒத்த சொற்கள் : কৃতজ্ঞ, প্রভুভক্ত, স্বামীভক্ত
பொருள் : বিশ্বাস কৰা লোক
எடுத்துக்காட்டு :
তেওঁ ্মোৰ সততাৰ প্রতি বিশ্বাসী
ஒத்த சொற்கள் : প্রত্যয়ার্হ, বিশ্বাস কৰোঁতা, বিশ্বাসযোগ্য, বিশ্বাসশীল, বিশ্বাস্য
பொருள் : যিজন বিশ্বাসৰ যোগ্য বা যাৰ ওপৰত বিশ্বাস কৰিব পাৰি
எடுத்துக்காட்டு :
শ্যাম বিশ্বাসী ব্যক্তি
ஒத்த சொற்கள் : বিশ্বসনীয়, বিশ্বাসযোগ্য, বিস্বস্ত