உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
எடுத்துக்காட்டு : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
ஒத்த சொற்கள் : কালকূট, গৰল, জহৰ, বিহ, হলাহল
பொருள் : মাজে মাজে হোৱা বিষ
எடுத்துக்காட்டு : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়
ஒத்த சொற்கள் : পীড়া, বিষ বেদনা, বিষ-বেমাৰ
நிறுவு