பொருள் : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
எடுத்துக்காட்டு :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
ஒத்த சொற்கள் : ্সন্দর্ভ
பொருள் : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
எடுத்துக்காட்டு :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
பொருள் : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
எடுத்துக்காட்டு :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
ஒத்த சொற்கள் : বিষয়-বস্তু