உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : আমনি লগা কার্য ্বা ভাব
எடுத்துக்காட்டு : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
பொருள் : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
எடுத்துக்காட்டு : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
ஒத்த சொற்கள் : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
பொருள் : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
எடுத்துக்காட்டு : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
ஒத்த சொற்கள் : অন্যমনস্ক, উদাস, ম্লান
நிறுவு