பொருள் : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
எடுத்துக்காட்டு :
সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
பொருள் : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
எடுத்துக்காட்டு :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
ஒத்த சொற்கள் : বিয়োগ
பொருள் : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
எடுத்துக்காட்டு :
বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
ஒத்த சொற்கள் : বিচ্ছেদ