உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
எடுத்துக்காட்டு : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
ஒத்த சொற்கள் : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি
பொருள் : সাংসাৰিক সুখ ভোগেৰে মন পূর্ণ ্হোৱাৰ কাৰণে তাৰ প্রতি আসক্তি নোহোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : তেওঁৰ ্ জগত-সংসাৰৰ পৰা বিৰাগ জন্মিছে মন বৈৰাগী হৈ পৰিছে
ஒத்த சொற்கள் : বৈৰাগ, বৈৰাগ্য
பொருள் : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
ஒத்த சொற்கள் : অনাসক্তি, আসক্তিহীনতা, বিৰক্তি
பொருள் : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
எடுத்துக்காட்டு : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
ஒத்த சொற்கள் : বিমুখ, বিৰক্ত, বৈৰাগী, সন্যাসী
நிறுவு