உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
எடுத்துக்காட்டு : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
ஒத்த சொற்கள் : খণ্ডন, প্রতিবাদ
பொருள் : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
எடுத்துக்காட்டு : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
ஒத்த சொற்கள் : আপত্তি
பொருள் : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
எடுத்துக்காட்டு : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
ஒத்த சொற்கள் : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা
நிறுவு