பொருள் : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
எடுத்துக்காட்டு :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
ஒத்த சொற்கள் : জীৱাণু
பொருள் : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ
எடுத்துக்காட்டு :
বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
ஒத்த சொற்கள் : ভাইৰাচ
பொருள் : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
எடுத்துக்காட்டு :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
ஒத்த சொற்கள் : জীৱাণু