பொருள் : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
எடுத்துக்காட்டு :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
ஒத்த சொற்கள் : কোৱা
பொருள் : কোনো কথা আদি জানি লোৱা
எடுத்துக்காட்டு :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
பொருள் : বোধ বা জ্ঞান উদয় হোৱা
எடுத்துக்காட்டு :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
பொருள் : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
எடுத்துக்காட்டு :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে