உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
எடுத்துக்காட்டு : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
ஒத்த சொற்கள் : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ, বৃষভ ৰাশি, বৃষৰাশিৰ লোক
பொருள் : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
எடுத்துக்காட்டு : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
ஒத்த சொற்கள் : বৃষ, বৃষ ৰাশি
நிறுவு