பொருள் : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
எடுத்துக்காட்டு :
চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
ஒத்த சொற்கள் : জামুক ৰং, বেঙ্গুনীয়া
பொருள் : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
எடுத்துக்காட்டு :
বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়