உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
எடுத்துக்காட்டு : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
ஒத்த சொற்கள் : বেজী
பொருள் : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
எடுத்துக்காட்டு : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
ஒத்த சொற்கள் : ইনজেকচন, ইনজেক্সন
நிறுவு