உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কোঠা বা মহলীয়া ঘৰৰ বেৰৰ পৰা ওলাই থকা অংশ
எடுத்துக்காட்டு : তেওঁ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কার্ণিচৰ তলত থিয় হʼল
ஒத்த சொற்கள் : ওপৰ মহলাৰ বাৰাণ্ডা, কার্ণিচ, চজা
பொருள் : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
எடுத்துக்காட்டு : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
ஒத்த சொற்கள் : অলিন্দ, আগচালি, বাৰাণ্ডা
நிறுவு