பொருள் : পিন্ধা কাপোৰ
எடுத்துக்காட்டு :
আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
ஒத்த சொற்கள் : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বস্ত্র, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
பொருள் : বিশেষভাৱে পৰিধান কৰা বস্ত্র, গহনা আদি
எடுத்துக்காட்டு :
ৰমেশৰ বেশ-ভূষা আচৰিত ধৰণৰ